১) নিজৰ পৰিছয় দি লওঁক । কি সম্বন্ধ ধৰি মাতিব সেয়া ঠিক কৰি লওঁক ।
২) মধুৰ শব্দ ব্যৱহাৰ কৰক আৰু কথাবোৰ উচ্চ স্বৰত নকব ।
৩) আপুনি কবলগীয়া কথা খিনি সহজ ভাষাত কওঁক ।
৪) আপুনি নিজৰ কথা খিনিকে কৈ নাথাকিব, আনকো কথা কবলৈ সুবিধা দিয়ক ।
৫) নিজৰ বিষয়ে বেছি কথা নকব ।