যিয়ে জীৱনত কামৰ Priority দিব জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে

সিদিনাখন এটা ইংৰাজী প্ৰৱন্ধ পঢ়িছিলো, য’ত লিখকে লিখিছে যিয়ে জীৱনত কামৰ Priority বা ক’ত অগ্ৰাধিকাৰ দিব লাগিব সেয়া জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে। বহু সময়ত কঠোৰ…

ছাত্ৰ-ছাত্ৰীয়ে কিয় কৰে আত্মহত্যা- ৰোধ কেনেকৈ কৰিম

কিছুদিন আগতে ময়ুৰ কৃষ্ণ গোস্বামী নামৰ DPS গুৱাহাটীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে। বাতৰি কাকত যদি নিয়মীয়াকৈ পঢ়ি আছে তেতিয়াহ’লে গম পাব, যোৱা এটা বছৰত ৰাজস্থানৰ কোটাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ কোচিং…

মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল-…

চাকৰিৰ অভাৱ নাই, চাকৰি কৰা মানুহহে নাই

কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট…

আপুনি জানেনে আপোনাৰ ব্যক্তিত্ব (Personality Trait) কি

আপুনি জানেনে আপোনাৰ বা আপোনাৰ ল’ৰা বা ছোৱালীজনীৰ ব্যক্তিত্ব (Personality Trait) কি ধৰণৰ অথবা সিহতৰ শক্তি (strength) আৰু দুৰ্বলতাবোৰ (weakness) কি! সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বক চাৰিটা ভাগত ভগাইছে…

দামী কোচিং চেণ্টাৰতকৈ দামী সপোন বেছি দৰকাৰী

There is no short cut way to success. মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ সকলোকে মোৰ হিয়াভৰা ওলগ। যিয়ে ভালদৰে দৃঢ়মনা হৈ পঢ়িছে, সকালোৱে সফল হৈছে। ইচ্ছা থাকিলেই নহ’ব,…

পৰিৱেশ ভাল হ’লে ল’ৰা-ছোৱালীবোৰে আকাশ চুব

দুদিন মান আগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, কিছুমানে ভাল ৰিজাল্ট কৰিলে আৰু কিছুমানে ভাল ৰিজাল্ট কৰিব নোৱাৰিলে। দুদিন পিছত আকৌ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব আৰু গতানুগতিকভাৱেই…

আপুনি কাৰোবাক ‘না’ বুলি কবলৈ টান পাই নেকি

আপুনি কাৰোবাক ‘না’ বুলি কবলৈ টান পাই নেকি? ‘না’ মানে- নোৱাৰিম, নাই, নহ’ব, নালাগে ইত্যাদি। কোনোবাই ধাৰলৈ বুলি পইচা বিচাৰিলে, নিজৰে নাথাকিলেও অথবা দিবলৈও ইচ্ছা নাথাকিলেও কিন্তু…

বিহুনাচে জীৱন আৰু জীৱিকাৰ সন্ধান দিব পাৰে নেকি!

দুবছৰমান আগতে উজনিৰ ককাইদেউ এজনৰ লগত কথা পাতি থাকোতে তেওঁ  কথা প্ৰসংগত ক’লে- ‘মই যেতিয়া অ’ফিছৰ কামৰ চাপত ক্লান্ত হৈ পৰো বা চিন্তাত থাকো মই ঘৰত আহি…

মনে বিচৰা বস্তুটো আপুনি কেনেকৈ পাব পাৰে!

মনে বিচৰা বস্তুটো আপুনি কেনেকৈ পাব পাৰে! আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে কেতিয়া শুনিব! আমি যেতিয়া প্ৰাৰ্থনা কৰো কিমান আন্তৰিকতা আৰু আত্মবিশ্বাসেৰে কৰো তাৰ ওপৰতেই নিৰ্ভৰ কৰে আমাৰ প্ৰাৰ্থনা…