ফেচবুকৰ কাহিনীবোৰে সদায় নকয় সঁচা কথা

ফেচবুকত আমিযে বিভিন্ন ধৰণৰ আপডেটবোৰ দিওঁ, সি ফটোৱে হওক বা লিখনিয়ে হওঁক আমি সাধাৰণতে আমাৰ ভাল লগা ফটোবোৰ দিওঁ । কিছুমান যদি সফলতাৰ, কিছুমান সুখৰ মুহুৰ্তৰ বা…

কাণ-বাগৰা খেল (Chinese Whispering)

চাইনীজ হুইচপাৰিং গেম বা কাণ-বাগৰা খেল, বহুতেই চাগে এই খেলটো খেলিছে । আজিকালি বিভিন্ন ধৰণৰ ট্ৰেইনিঙত এইবিধ খেল খেলোৱা হয় । খেলবিধৰ নাম কিয় চাইনিজ হুইচপাৰিং বুলি…

Fulbright Scholarship for Indian Students

Fulbright-Nehru Master’s Fellowships in the areas of Arts and Culture Management including Heritage Conservation and Museum Studies; Economics; Environmental Science/Studies; Higher Education Administration; International Affairs; International Legal Studies;…

কষ্ট কৰিছে বাবে সিহঁত সফল হৈছে

APSC বা অসম লোকসেৱা আয়োগৰ ফলাফল সমূহ ঘোষনা কৰাৰ দিনা, মনলৈ ভাৱ আহে ময়ো অহাবাৰ APSC পৰীক্ষা দিম, ভালকৈ পঢ়ি দিম । এনেকুৱা চিন্তা চাগে মোৰ দৰে…

সমস্যা কাৰ নাই

মই সাধাৰণতে দৈনন্দিন যাতায়তৰ বাবে ৰাজহুৱা পৰিবহণ (public transport) ব্যৱহাৰ কৰো । সময় অলপ বেছি লাগে যদিওঁ সেইখিনি সময় নিজৰ কাৰণে পাওঁ, বন্ধুলৈ বুলি ফোন কৰা, ফেচবুকৰ…

সুখত থাকিব বিচাৰে নেকি আপুনি

বহুদিন আগতে ফেচবুকত এটা লিখনি পঢ়িছিলো সুখৰ কেনেকৈ নিয়ন্ত্ৰন কৰিব পাৰি, লিখনিটো কোনে লিখিছিল আজি মই ভালদৰে মনত পেলাব পৰা নাই ।  সেই লিখনিটোৰ আত ধৰি ইণ্টাৰনেটৰ…

কিযে অভং আছিলো আমি

আপোনালোকৰ কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছেনে নাই নাজানো , ভাৱিলে হাঁহিওঁ উঠে, লাজো লাগে তথাপিওঁ লিখিছো- কবলৈ আখেজা আখেজা লগা নিজৰ কিছু অভিজ্ঞতা । প্ৰথম চাকৰিত জইন কৰি…

মনৰ জোখাৰে ফূৰ্তি কৰা

আমি কেতিয়াবা আমাৰ পূৰণি ফটো বোৰ চাই কও – ‘কি যে ভাল লগা দিন আছিল সেইবোৰ’ বা ‘পূৰণি দিনবোৰেই ভাল আছিল’ । ‘old is gold’ বুলি আমি…

মা-দেউতা

আজি কোনো আন্ত:ৰাষ্ট্ৰীয় মাতৃদিৱস বা পিতৃ দিৱস নহয় আজি বছৰৰ যিকোনো এটা দিন । মানুহৰ জীৱনত মাক বা দেউতাকৰ অৱদান বা প্ৰভাৱক লৈ হয়তো আমি বহু কিতাপ…

গুৱাহাটীৰ চিটিবাছ

গুৱাহাটীৰ চিটিবাছত আহি আছো জালুকবাৰীৰ পৰা গণেশগুৰিলৈ। গাড়ীখন ইমান ৰখাই ৰখাই আহিছে যে বহি থকা যাত্ৰীবোৰে বিৰক্তি পাইছে। এনেতে এজন যাত্ৰীয়ে মাত দিলে- ‘হেৰা ড্ৰাইভাৰ ব’লাহে, আমাৰ…