আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।
->যদি ঈশ্বৰ আছে, তেন্তে ধনীবোৰ কিয় ধনী হৈ গৈ থাকে আৰু দুখীয়াবোৰ পথৰ ভিক্ষাৰী; -> ঈশ্বৰে দিছে সকলোকে সমান কৰি, শ্ৰম আৰু ইচ্ছাৰে হব পৰা তুমিওঁ ৰাজ্যৰ…
যদি ঈশ্বৰ আছে তেন্তে কিয় ভূলুণ্ঠিত হয় মানৱতা আৰু ধৰ্ষিতা হয় নাৰী, তেওঁ কলে- ঈশ্বৰৰ আদালতৰ পৰা বাচি নাযায় কোনো অপৰাধকাৰী ।
The moments you have passed across, you will not get it back. আপুনি যিটো মুহুৰ্ত এৰি থৈ আহিল, কেতিয়াও উভতাই নাপায় ।