নিজক চিনি লওক
মই মনোবিজ্ঞানৰ ছাত্ৰ নাছিলো, কিন্তু যোৱা এটা দশক ধৰি কেৰিয়াৰ কাউন্সেলিঙৰ লগত জৰিত হৈ থকা বাবেই চাগে বহুজনে সাধাৰণ কাউন্সেলিঙৰ বাবেও কথা পাতে আৰু লাহে লাহে ময়ো…
ইণ্টাৰভিউ দিওঁতে কিছু মন কৰিবলগীয়া কথা
চাকৰিৰ ইণ্টাৰভিউ বা সাক্ষ্যাতকাৰ হয়তো বহুতেই ইতিমধ্যে দিছে বা বহুতেই এতিয়ালৈকে দি পোৱা নাই । ইণ্টাৰভিউ দিয়া বহুতেই হয়তো সফল ভাৱে উত্তীৰ্ণ হৈছে আৰু বহুতেই সফলতা…
ফেচবুকৰ কাহিনীবোৰে সদায় নকয় সঁচা কথা
ফেচবুকত আমিযে বিভিন্ন ধৰণৰ আপডেটবোৰ দিওঁ, সি ফটোৱে হওক বা লিখনিয়ে হওঁক আমি সাধাৰণতে আমাৰ ভাল লগা ফটোবোৰ দিওঁ । কিছুমান যদি সফলতাৰ, কিছুমান সুখৰ মুহুৰ্তৰ বা…
কাণ-বাগৰা খেল (Chinese Whispering)
চাইনীজ হুইচপাৰিং গেম বা কাণ-বাগৰা খেল, বহুতেই চাগে এই খেলটো খেলিছে । আজিকালি বিভিন্ন ধৰণৰ ট্ৰেইনিঙত এইবিধ খেল খেলোৱা হয় । খেলবিধৰ নাম কিয় চাইনিজ হুইচপাৰিং বুলি…
কষ্ট কৰিছে বাবে সিহঁত সফল হৈছে
APSC বা অসম লোকসেৱা আয়োগৰ ফলাফল সমূহ ঘোষনা কৰাৰ দিনা, মনলৈ ভাৱ আহে ময়ো অহাবাৰ APSC পৰীক্ষা দিম, ভালকৈ পঢ়ি দিম । এনেকুৱা চিন্তা চাগে মোৰ দৰে…
সমস্যা কাৰ নাই
মই সাধাৰণতে দৈনন্দিন যাতায়তৰ বাবে ৰাজহুৱা পৰিবহণ (public transport) ব্যৱহাৰ কৰো । সময় অলপ বেছি লাগে যদিওঁ সেইখিনি সময় নিজৰ কাৰণে পাওঁ, বন্ধুলৈ বুলি ফোন কৰা, ফেচবুকৰ…