—মই কলো ঈশ্বৰ নাই —তেওঁ কলে ঈশ্বৰ আছে সৰ্বদায়, —মই কলো ঈশ্বৰ দিকভ্ৰষ্ট —তেওঁ কলে- ঈশ্বৰ দৃঢ়প্ৰতিজ্ঞ।

->যদি ঈশ্বৰ আছে, তেন্তে ধনীবোৰ কিয় ধনী হৈ গৈ থাকে আৰু দুখীয়াবোৰ পথৰ ভিক্ষাৰী; -> ঈশ্বৰে দিছে সকলোকে সমান কৰি, শ্ৰম আৰু ইচ্ছাৰে হব পৰা তুমিওঁ ৰাজ্যৰ…

তাই আকাশ চুব খোজে স্বকীয়তা নেহেৰুৱা কৰি,আৰু স্বনিৰ্ভৰশীল হোৱাৰ সপোন ৰচে পৰিয়ালক কেন্দ্ৰুবিন্দুত ৰাখি |

যোগ্য হব লাগিব বসুন্ধৰাত ভোগ কৰিবলৈ, নিজে ঠিক থাকিলে নোৱাৰে কোনেওঁ তোৰ মাত হৰিবলৈ ।

ফেছবুকৰ ষ্টেটাছ বোৰে সদায় নকয় সচা কথা,জন্মদিনৰ কেক কাটি পাৰিবা জানো বয়স লুকুৱাবা ।

ফেছবুকৰ ষ্টেটাছ বোৰে সদায় নকয় সচা কথা,জন্মদিনৰ কেক কাটি পাৰিবা জানো বয়স লুকুৱাবা ।

সি ভাৱিছে মই সুখী, মই ভাৱিছো সি সুখী, কথা পাতিলে গ’ম পাব দুইজনে অসুখী ।

We do not Think- what we Think; We Think- What others Think.

We do not Think- what we ThinkWe Think- What others Think

We do not Think- what we Think; We Think- What others Think.