জীৱন আৰু হাঁহি- যেন মুকুতা সনা পদুমৰ পাহি
আপুনি বাৰু শেষবাৰৰ বাবে কেতিয়া প্ৰান খুলি হাহিছিল, মনত আছেনে
আজি এবাৰ প্ৰাণ খুলি হাঁহি দিয়ক |
Living without death is not Life- Life is about Finding All the reason for Living and Have Fun in each moment.
বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।
If You have Self Confidence- You can Handle any Situation.
Count People who Lie and remain Happy.
See the People bellow your line- you will be happy, If you see the People above your line you will be sad. So first draw your line.
Why People Lie Where they can be True and Fly High