গুৱাহাটীৰ চিটিবাছ
গুৱাহাটীৰ চিটিবাছত আহি আছো জালুকবাৰীৰ পৰা গণেশগুৰিলৈ। গাড়ীখন ইমান ৰখাই ৰখাই আহিছে যে বহি থকা যাত্ৰীবোৰে বিৰক্তি পাইছে। এনেতে এজন যাত্ৰীয়ে মাত দিলে- ‘হেৰা ড্ৰাইভাৰ ব’লাহে, আমাৰ…
বিদ্যালয়ত হাইব্ৰীড মাধ্যম
মই কোনো আৱেগত উটি যোৱা মানুহ নহয়। অসমীয়া ভাষা নপঢ়িলে বা মাতৃভাষাত অধ্যয়ন নকৰিলে নিজৰ জাতিটোৰ প্ৰতি দায়ব্ধতা কমি যাব বুলিও মই বিশ্বাস নকৰো। মই চৰকাৰ বিৰোধীও…
হিন্দী ভাষা বিতৰ্ক
হিন্দী বিষয় যদি বিদ্যালয়ত বাধ্যতামূলক হয় তেন্তে অসমীয়া ভাষাৰ ওপৰত হ’ব ই আগ্ৰাসন আৰু অসমীয়া ভাষা ধংসৰ ষৰযন্ত্ৰ। সেয়েহে বহুতেই হিন্দী ভাষাৰ বিৰোধিতা কৰিছে। ইংৰাজী ভাষা আমাৰ…
বহুতৰে আজিকালি এইটো ক’মন কাহিনী
বহুদিনৰ পিছত সিদিনা তাইক লগ পালোঁ। তাই সুধিলে – আজিকালি তুমি লিখা মেলা কৰানে নাই। মই কলোঁ- আজিকালি চিঠি লিখো মই বেছিকৈ। তাই সুধিলে- নীলা খামৰ চিঠি…
মহিলাজনীক ছীটখন এৰি দি ভাল কৰিলে নে ভুল কৰিলে!
যোৱা ৰঙালী বিহুৰ সময়ৰ কথা। পিছদিনাৰ পৰা ৰঙালী বিহুৰ বন্ধ বাবে ঘৰলৈ যাম। জালুকবাৰীত অজস্ৰ মানুহ, গাড়ীবোৰত ভিৰ। ঠেলা-হেঁচা কৰি গোৱালপাৰা লাইনৰ বাছ এখনত উঠিলো। মই ধূপধৰালৈ…
বিয়াৰ কইনা আৰু মেকআপ
লিখিবলৈ মন নাছিল, কিন্তু নিলিখি নোৱাৰিলো। সময় সলনি হৈছে সেয়েহে সাজোন-কাচোনকে আদি কৰি বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন অহাটো স্বাভাৱিক। এইযে বিয়াৰ কইনাৰ প্ৰসংগটো আনিলো ইয়াৰ কাৰণটো হ’ল আজিকালি…
ফেচবুক ব্যৱহাকাৰীসকল সাৱধান
যোৱা কেইমাহ মানত আপুনি যদি মন কৰে গম পাবযে বিভিন্নজনে বিভিন্নধৰণে ফেচবুক ব্যৱহাৰ কৰি হাৰশাষ্টি বা অপ্ৰত্যাশিত সমস্যাৰ সন্মুখীন হৈছে। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা দুটামান কথা লিখিবলৈ…
নিজৰ শৰীৰৰ কথা অলপ ভাৱক
যোৱা দুদিনমানৰ পৰা প্ৰচণ্ড ককালৰ বিষ, ভালদৰে ঠিয় হ’ব পৰা নাই । হালিব নোৱাৰো, না ভালদৰে বহিব পাৰিছো- না শুব পাৰিছো, বাগৰ সলাবলৈয়ো কষ্টকৰ । ককালখন যে…
প্ৰেমৰ বিপ্লৱ
শিল্প বিপ্লৱ, সেউজ বিপ্লৱ, শ্বেত বিপ্লৱৰ কথা শুনিছো আৰু পঢ়িছো । ঠিক তেনেদৰে যদি প্ৰেমৰ এটা বিপ্লৱ হ’লহেতেন মোৰ বিশ্বাস পৃথিৱীৰ বহু সমস্যাৰ সমাধান হৈ গ’লহেতেন ।…
আপুনি বাৰু কেতিয়াবা নিজৰ মৃত্যুৰ খবৰ নিজে পাইছেনে !
আপুনি বাৰু কেতিয়াবা নিজৰ মৃত্যুৰ খবৰ নিজে পাইছেনে ! ভাৱিছে চাগে- ই জানো সম্ভৱ ! ২২ মাৰ্চ ২০২১ তাৰিখৰ কথা, ৰাতিপুৱা ১০ টা মান বজাত পেহীৰ লৰাটোৱে…