আজিকালি ইণ্টাৰনেট যোগে বহুতো পাঠ্যক্ৰম সহজে উপলব্ধ । ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰনালয়ৰ আৰ্থিক সাহায্যত সাতখন আই, আই, টি মিলি ছাত্ৰ-ছাত্ৰীৰ বাবে কেবাটাওঁ অনলাইন চাৰ্টিফিকেট কোৰ্চ মুকলি কৰি দিছে । চাকৰি পোৱাত সুবিধা হোৱাকৈ প্ৰস্তুত কৰা এই অনলাইন পাঠ্যক্ৰম বহুতৰে বাবে আশাৰ কাৰণ হৈ পৰিছে । বিশদ জানিবৰ বাবে www.nptel.ac.in চাব পাৰে ।
Related Posts
সকলোতকৈ ডাঙৰ কোন!
মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…
Recruitment from Open Market
বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…
প্ৰতিভা আৰু সামৰ্থ্য চিনি কেৰিয়াৰ আৰু জীৱনৰ পৰিকল্পনা কৰিব লাগে
ভাৰতবৰ্ষৰ প্ৰায় ১৫-২০% লোকে চাকৰি কৰে, ১০-১৫% লোকে ব্যৱসায়ী (businessman) বা উদ্যমী আৰু ৫০-৬০% লোকে স্বনিয়োজিত (self employeed)। ইণ্টাৰনেটৰ পৰা উপলব্ধ এই তথ্য সামান্য ইফাল সিফাল হ’ব…
Vanier Canada Graduate Scholarships 2025 by Canadian Government
Applications are invited to apply for the Canada Vanier Graduate Scholarships 2025 in Canada. International Students from all over the globe and local students are eligible to…
Harvard University Free Online Courses 2024
Applications are open for Harvard University Free Online Courses 2024. This is one of the best opportunity to avail for learning Online from one of worlds best…
Australian Government Research Scholarship 2024-25 fully funded
Applications are open for Australian Government Research Scholarship 2024-25 in Australia. AGRTP international scholarships are open for both domestic and overseas students enrolled in an accredited course….