মৃত্যুক যিয়ে ওচৰৰ পৰা দেখিছে

ইংৰাজীত এষাৰ প্ৰবাদ আছে- ‘You have not live your life until you have almost died’ অৰ্থাৎ আপুনি যদি এবাৰ মৃত্যুক ওচৰৰ পৰা দেখা নাই তেতিয়া হয়তো জীৱনটো…

জীৱন যাপন নহয়, উদযাপন কৰক

আপুনিযে জীৱন্ত শৰীৰসহ এটা সুষ্ঠ মন পাইছে, কিমান মূল্যৱান আপুনি বাৰু কেতিয়াবা অনুভৱ কৰি চাইচেনে ? পূৰ্বজন্ম বা পৰজনম আছে নে নাই মই নাজানো, কিন্তু আপুনি যে…

সুখ বিচাৰি আপুনি হতাশ হৈছে নেকি

সিদিনা ঈশ্বৰক লগ পালোঁ

সেয়া ২০১৯ চনৰ কথা, ফনী নামৰ যে ঘূৰ্ণিবতাহ আহিছিল সিদিনা ৰাতি ঘৰৰ পৰা ১০০ কি:মি: দূৰত্ব অতিক্ৰম কৰি মোৰ ৫ দিন বয়সৰ সদ্যজাত ল’ৰাটো গুৱাহাটীৰ হেলথ ছিটি…

ভূত সঁচাকৈ আছেনে

ডিগ্ৰী পঢ়ি থাকোতে মালিগাঁৱৰ নীলাচলপুৰ অঞ্চলত ভাড়াঘৰত আছিলো। ভাড়াঘৰটো পাহাৰত, চিৰি বগাই উঠিব লাগে। এদিন সন্ধিয়া (কাল সন্ধিয়া) ভাৰাঘৰৰ পৰা ওলাই বজাৰলৈ বুলি চিৰিৰে নামি আহিছো ।…

ভাড়াঘৰত ভূত দেখিলো

বঙাইগাঁৱৰ ভাড়াঘৰত আছিলো- সেয়া ২০১৭ চনত অক্টোবৰ মাহৰ লক্ষী পূৰ্ণিমাৰ পিছদিনা ৰাতিৰ কথা। নতুন ৰূম সোমোৱা ৩-৪ দিন মান হৈছে, সম্পূৰ্ণ নতুনকৈ বনোৱা হৈছে ৰূমকেইটা, ইয়াৰ আগতে…

মমী, নিবেদিতা, ৰাহুলৰ সৰু সৰু প্ৰেমৰ কথাবোৰ

মমী গোস্বামী নগাঁওৰ ছোৱালী, কলেজত তাই মোৰ সহপাঠী আছিল। তাই ভাল পাইছিল এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ল’ৰাক। ৰাজস্থানত ঘৰ যদিওঁ চাকৰি সূত্ৰে সি গুৱাহাটীত আছিল। ৰেলৱেত চাকৰি কৰিছিল…

বিয়া কাক পাতিব

জন্ম-মৃত্যু-বিবাহ হেনো ভগৱানে ঠিক কৰে। কথাষাৰৰ সত্যতা কিমান সেয়া মই নাজানো, কিন্তু এইটো কথা কব পাৰো- বিয়া কাৰ লগত কেতিয়া ঠিক হৈ আছে সেয়া আগতীয়াকৈ অণুমান কৰিব…

বিয়া কিয় পাতিব লাগে

বিয়া কিয় পাতিব লাগে বুলি কলে বহুজনৰ বহু মত পাম, কাৰোবাৰ বাবে যদি এগৰাকী স্থায়ী জীৱনসংগী পাবৰ বাবে, কাৰোবাৰ বাবে আকৌ বংশৰক্ষাৰ বাবে সামাজিক ভাৱে স্বীকৃত এক…

যোগ্য ভোগ্য বসুন্ধৰা

চাৰ্লছ ডাৰউইনৰ বিখ্যাত বিৱৰ্তনৰ তত্ব ‘Survival of Fittest’ বা যোগ্য ভোগ্য বসুন্ধৰাই যেন যুগে যুগে মান্যতা পাই যাব । সময় আৰু পৰিৱেশ সলনি হ’ব কিন্তু যোগ্যজনেই বসুন্ধৰাত…