যাৰ বন্ধু নাই সি দুৰ্ভগীয়া
শ্ৰী কৃষ্ণ তেতিয়া দ্বাৰকাৰ ৰজা আৰু তেওঁৰ বাল্যবন্ধু গুৰুকুলৰ সহপাঠী সুদামাই তেতিয়া গাঁৱত থাকি এক দৰিদ্ৰ জীৱন যাপন কৰিছে পত্নী আৰু সন্তানৰ সৈতে । সন্দিপনি মুনিৰ গুৰুকুলত…
যৌনতা (Sex) অশ্লীল আৰু অসামাজিক নহয়
যৌনতাৰ কথা যদিওঁ মুকলিকৈ আলোচনা কৰাতো ভুল নহয়, কিন্তু আমি পাহৰি গ’লে নহ’ব আমি যিখন সমাজত বাস কৰো তাৰ কথা। সামাজিক সন্তুলনতাত ব্যাঘাট নজন্মাকৈ সুষ্ঠ যৌনতাৰ কথা…
যৌনসম্বন্ধই নাৰী বা পুৰুষক মানসিক চাপৰ পৰা মুক্তি দিয়ে
নাৰী-পুৰুষৰ যৌনসংগম আমাৰ সমাজত সাধাৰণতে বিয়াৰ পিছত হয় যদিও আজিকালি বহুতে বিয়া হোৱালৈ ৰৈ নাথাকে। যৌনসংগমৰ লগত যিহেতু গৰ্ভধাৰণৰ সম্পৰ্ক থাকে আৰু আজিকালিৰ লৰা-ছোৱালী গৰ্ভনিৰোধ সম্পৰ্কে যিহেতু…
যৌনতাই (Sex) সৃষ্টিৰ মূল
যৌনতা (Sex), বহুতৰে বাবে হয়তো ই অভিধানে বৰ্খাস্ত কৰা শব্দ। কাৰোবাৰ বাবে ই অসামাজিক বা প্ৰাপ্তবয়স্ক শব্দ আৰু কাৰোবাৰ বাবে ই এক মচলাদাৰ শব্দ। যৌনতা শব্দটো আমি…
কোনটো চাকৰি আপোনাৰ বাবে ভাল
ক) চাকৰি আমি কিয় কৰিছো আৰু চাকৰিৰ পৰা আমি কি সুখ বিচাৰো সেয়া জানি ললে ভাল। সকলোৰে বাবে চাকৰিৰ পছন্দ-অপছন্দ বেলেগ। কাৰোবাৰ বাবে টকা, কাৰোবাৰ বাবে আৰাম,…
চাকৰিৰ ভিতৰৰ কথাবোৰ- সম্পূৰ্ণ ব্যক্তিগত অনুভৱ
এন,আৰ,চি প্ৰজেক্টত ডিষ্ট্ৰিক্ট প্ৰজেক্ট চুপাৰভাইজাৰ হিচাপে যোগদান কৰিলো। অসম আন্দোলন মই দেখা নাছিলো, কিন্তু অসম আন্দোলনৰ কাহিনী ইমান শুনিছো আৰু মোৰ জেঠাই এই আন্দোলনত শ্বহীদ হৈছিল, খুৰা…
মিজোৰামত শিক্ষতাৰ চাকৰি
মিজোৰামৰ ৰাজধানী চহৰ আইজলত থকা ইকফাই বিশ্ববিদ্যালয়ত যোগদান কৰিলো শিক্ষক হিচাপে। এইবাৰ যেনিবা ঠিকাভিত্তিক শব্দটো নাই, তথাকথিত ৰেগুলাৰ বা পাৰ্মানেণ্ট চাকৰি। কটন কলেজত পোৱা দৰমহাতকৈ বহুত বেছি…
ইনফ’চিচ কোম্পেনীত চাকৰিৰ অভিজ্ঞতা
পঢ়ি থকা দিনত সকলোৰে নিশ্চয় এটা সপোন থাকে, পঢ়ি শুনি এটা ভাল চাকৰি কৰিম, নিজকে প্ৰতিস্থা কৰিম আৰু বহুত উপাৰ্জন কৰিম। অমি নিজে বহুত সপোন দেখো- ডাক্তৰ…
প্ৰেমত পৰিলেই নহ’ব, আত্মবিশ্বাসো লাগিব
ৰক্তিম ফুকন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফিজিক্সৰ ছাত্ৰ, হোষ্টেলত আমি একেলগে থাকো। মেঘালী বৰুৱা লখিমপুৰৰ ছোৱালী, তাই দৰ্শন বিভাগৰ। ছোৱালী হোষ্টেলতে থাকে। ইমান ধুনীয়া আৰু মৰমলগা, ইউনিভাৰ্ছিটিৰ সকলোৱে চিনি…