LISTENING SKILLS
শ্ৰৱন কৌশল: ১) আনজন ব্যক্তিয়ে কোৱা কথা বোৰ মনোযোগ দি শুনক, চকুত চকু থৈ কথা বোৰ শুনক, কিন্তু ৰ লাগি চকুলৈ চাই নাথাকিব । ২) কথাবোৰত গুৰুত্ব…
কথা পতাৰ সময়ত
আত্ম-বিশ্বাস অটুত ৰাখক, মগজু ঠাণ্ডা ৰাখক । নিজক নিজৰ দৰেই উপস্থাপন কৰক, খঙ নাৰাখিব আৰু সকলোকে সন্মান দেখাওঁক । কিন্তু আনক আপোনাৰ মূৰত ওপৰত উঠিবলৈও সুবিধা নিদিব…
কথন শৈলী – Art of Speaking
১) নিজৰ পৰিছয় দি লওঁক । কি সম্বন্ধ ধৰি মাতিব সেয়া ঠিক কৰি লওঁক । ২) মধুৰ শব্দ ব্যৱহাৰ কৰক আৰু কথাবোৰ উচ্চ স্বৰত নকব । ৩)…
COMPONENTS OF INTERPERSONAL COMMUNICATION
আন্ত:ব্যক্তি কথা-বাৰ্ত্তা বা ভাৱ-বিনিময়ৰ কেইটামান উপাদান: ১) কথন শৈলী ২) শ্ৰৱন শৈলী ৩) শৰীৰৰ ভাষা ৪) পৰিৱেশ ৫) নিজক উপস্থাপন
What is Communication?(যোগাযোগ মানে কি?)
যোগাযোগ হ’ল- দুজন বা ততোধিক ব্যক্তিৰ সতে কথা-বাৰ্ত্তা / ভাৱ বিনিময় । যোগাযোগ সদায় মৌখিক নহবও পাৰে, ই হয়তো আকাৰে-ইংগিত বা শৰীৰৰ ভাষাও হব পাৰে ।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।