আধুনিক ইতিহাসৰ ধনী ব্যক্তিগৰাকীয়ে কিহৰ বাবে অনুশোচনা কৰিছিল
জন ডেভিচন ৰকফেলাৰ (জ্যেষ্ঠ)ৰ বিষয়ে পঢ়ি আছিলো। আমেৰিকাৰ এইগৰাকী ব্যক্তি আছিল এগৰাকী বিখ্যাত ব্যৱসায়ী যাক আধুনিক ইতিহাসৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে মান্যতা দিয়ে। জীৱনৰ শেষৰ সময়খিনি প্ৰায়…