ভূত সঁচাকৈ আছেনে

ডিগ্ৰী পঢ়ি থাকোতে মালিগাঁৱৰ নীলাচলপুৰ অঞ্চলত ভাড়াঘৰত আছিলো। ভাড়াঘৰটো পাহাৰত, চিৰি বগাই উঠিব লাগে। এদিন সন্ধিয়া (কাল সন্ধিয়া) ভাৰাঘৰৰ পৰা ওলাই বজাৰলৈ বুলি চিৰিৰে নামি আহিছো ।…