যুৱৰাজ ৰামচন্দ্ৰ কেনেকৈ ভগৱান ৰামচন্দ্ৰ হ’ল
অযোধ্যাৰ ৰজা দশৰথৰ বৰপুত্ৰ শ্ৰীৰাম যেতিয়া চৈধ্য বছৰৰ বাবে বনবাসলৈ গৈছিল, তেতিয়া তেওঁ যুৱৰাজ ৰামচন্দ্ৰ হৈ গৈছিল আৰু যেতিয়া বনবাস শেষ কৰি অযযোধ্যালৈ উভতি আহিছিল, তেতিয়া সকলোৱে…
ইচ্ছা থাকিলেই নহ’ব, দৃঢ়তাও থাকিব লাগিব
APSC বা অসম লোকসেৱা আয়োগৰ ফলাফল সমূহ ঘোষনা কৰাৰ দিনা, মনলৈ ভাৱ আহে ময়ো অহাবাৰ APSC পৰীক্ষা দিম, ভালকৈ পঢ়ি দিম। এনেকুৱা চিন্তা চাগে মোৰ দৰে বহুতৰে…
বিপদৰ বন্ধুজনে কেনেকৈ মোৰ পৰা পইচা ঘূৰাই বিচাৰিলে
২০০৮ চনৰ নৱেম্বৰ মাহৰ কোনোবা এটা দিন। গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা মালিগাঁৱলৈ আহিবলৈ ছিটিবাছত উঠিছো। যেতিয়া কণ্ডাক্টৰ জনে ভাড়া বিচাৰিলে, তেতিয়া অনুভৱ কৰিলো যে মই মানিবেগ খন আনিব…
সোঁতৰ বিপৰীতে
গাড়ীৰ পৰা চাইকেলত ধৰিছো, এলোপেথিক ঔষধ এৰি হাৰ্বেল ঔষধ খাইছো, ইংৰাজীত নহয় মাতৃভাষাত কথা কৈ গৌৰৱ কৰিছো, ৰাসায়নিক সাৰ বাদ দি জৈৱিক সাৰ প্ৰয়োগ কৰিছো, গাজৰ-বিলাহীত কৈ…
ব্যৰ্থ মানে পৰাজয় হ’ব নোৱাৰে
“ওপৰৰ পৰা যেতিয়া পৰিলো পিছলি বৈ থকা নিজৰাটিলৈ চালো, তাইয়ো দেখোন পাহাৰৰ পৰা পৰিছে সৰি নিজৰ সৌন্দৰ্য্য অটুত ৰাখি ।” সেইজন মানুহহে ওপৰলৈ উঠিব পাৰে, যিয়ে তললৈ…
শিশুৰ শিক্ষা কিয় মাতৃভাষাত আৰম্ভ কৰিব লাগে
১) শিশুই পৰিচিত মাতৃভাষাত শব্দ-চিহ্ন আদি সহজে বুজি পাই । কিতাপ বা যিকোনো লিখনি সহজে পঢ়িব পাৰে আৰু পঢ়া কথাবোৰ লিখিবলৈ বেছি অসুবিধা নহয় । লিখাৰ সামান্য…
কৰ্মক্ষেত্ৰত কেনেকৈ সুখী থাকিব পাৰি
২০০৭ চনত যেতিয়া ইনফ’চিচ কোম্পেনীত জইন কৰিছিলো আমাক ট্ৰেইনিঙত ‘ফীছ ফিলোছ’ফী (Fish Philosophy)’ বা মৎস দৰ্শন শিকাইছিল । কৰ্মক্ষেত্ৰত সতেজ আৰু সক্ৰিয় হৈ ফূৰ্তিৰ মাজেৰে কেনেকৈ আমনি…
কিয় আমি চৰকাৰী চাকৰি বিচাৰো
যোৱা দুটা দেওবাৰত দেখিলো লাখ লাখ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিবলৈ আহিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইমান প্ৰতিযোগীতা। পৰীক্ষাত অৱতীৰ্ন হোৱা এই ২২ লাখ…