মিজোৰামত শিক্ষতাৰ চাকৰি

মিজোৰামৰ ৰাজধানী চহৰ আইজলত থকা ইকফাই বিশ্ববিদ্যালয়ত যোগদান কৰিলো শিক্ষক হিচাপে। এইবাৰ যেনিবা ঠিকাভিত্তিক শব্দটো নাই, তথাকথিত ৰেগুলাৰ বা পাৰ্মানেণ্ট চাকৰি। কটন কলেজত পোৱা দৰমহাতকৈ বহুত বেছি…