কথা কোৱাৰ কলা- শব্দৰ খেলা

কালি লগৰ এজনে ফোনত কথা পাতোতে সুধিলে, কিহেৰে ভাত খালা বুলি? মই কলোঁ ষ্টীম ৰাইচ (Steam rice), য়েলো ডাল (yellow dal), লগত ধনীয়া পাত দি বনোৱা স্মেছদ…