ফেচবুকৰ কথাবোৰে সদায় নকয় সঁচা কথা
ফেচবুকত আমিযে বিভিন্ন ধৰণৰ আপডেটবোৰ দিও, সি ফ’টোৱে হওক বা লিখনিয়ে হওক আমি সাধাৰণতে আমাৰ ভাল লগা ফ’টোবোৰ দিও । কিছুমান যদি সফলতাৰ, কিছুমান সুখৰ মুহুৰ্তৰ বা…
নতুন প্ৰজন্মৰ বাবে আপুনি কি কৰিছে
বঙাইগাঁও জিলাৰ গাওঁ এখনত গৈছিলো এদিন কৰ্মসূত্ৰে । গাড়ীৰে গৈ থাকোতে ৰাস্তাত অলপ সময় ৰব লগা হ’ল । মূৰৰ ওপৰত তেতিয়া দুপৰীয়াৰ বেলি । কিছু দূৰত লক্ষ্য…
শিশুৰ শিক্ষা কিয় মাতৃভাষাত আৰম্ভ কৰিব লাগে
১) শিশুই পৰিচিত মাতৃভাষাত শব্দ-চিহ্ন আদি সহজে বুজি পাই । কিতাপ বা যিকোনো লিখনি সহজে পঢ়িব পাৰে আৰু পঢ়া কথাবোৰ লিখিবলৈ বেছি অসুবিধা নহয় । লিখাৰ সামান্য…
কৰ্মক্ষেত্ৰত কেনেকৈ সুখী থাকিব পাৰি
২০০৭ চনত যেতিয়া ইনফ’চিচ কোম্পেনীত জইন কৰিছিলো আমাক ট্ৰেইনিঙত ‘ফীছ ফিলোছ’ফী (Fish Philosophy)’ বা মৎস দৰ্শন শিকাইছিল । কৰ্মক্ষেত্ৰত সতেজ আৰু সক্ৰিয় হৈ ফূৰ্তিৰ মাজেৰে কেনেকৈ আমনি…
নিজৰ ভুলবোৰৰ আপুনি হিচাপ ৰাখেনে!
এবাৰ আমি এটা খেল খেলিছিলো প্ৰায় ১০ জন মান বন্ধু-বান্ধৱী একেলগে বহি । খেলটো এনেকুৱা, প্ৰত্যেকেই প্ৰত্যেকৰ এটা বেয়া গুণ বা দোষ কব লাগিব, কোনোবাই যদি তাত…
বাগৰি অহা খবৰ আপুনি বিশ্বাস কৰে নেকি!
চাইনীজ হুইচপাৰ (Chinese whispers) বা কাণ-বাগৰা খেল, বহুতেই চাগে এই খেলটো খেলিছে । আজিকালি বিভিন্ন ধৰণৰ ট্ৰেইনিঙত এইবিধ খেল খেলোৱা হয় । খেলবিধৰ নাম কিয় চাইনিজ হুইচপাৰিং বুলি কোৱা…
ভালদৰে কথা পাতিব জনাটোও এটা কলা
‘কথাত কটা যায়- কথাত বটা পায়’, এই বাক্যষাৰ হয়তো আমি সৰুৰে পৰা শুনি আহিছোঁ। কথা পাতিব জনাটো এটা কলা, যিয়ে এই কলাটো ভালদৰে আয়ত্ত কৰি ল’ব পাৰে…
কিয় আমি চৰকাৰী চাকৰি বিচাৰো
যোৱা দুটা দেওবাৰত দেখিলো লাখ লাখ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিবলৈ আহিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইমান প্ৰতিযোগীতা। পৰীক্ষাত অৱতীৰ্ন হোৱা এই ২২ লাখ…
পৃথিৱীৰ অধিক সংখ্যক কথা সাৰ্বজনীন সত্য নহয়
পৃথিৱীৰ অধিক সংখ্যক সমস্যা, ভাল নীতি, বেয়া নীতি ইত্যাদি কথাৰ সাৰ্বজনীন সত্যতা (Universal Truth) নাই। সকলোৱে নিজৰ যুক্তিত সত্য। বিজ্ঞান অধিক ক্ষেত্ৰতে সত্য যদিওঁ এতিয়াও বিজ্ঞানে বহু…