বাগৰি অহা খবৰ আপুনি বিশ্বাস কৰে নেকি!

চাইনীজ হুইচপাৰ (Chinese whispers) বা কাণ-বাগৰা খেল, বহুতেই চাগে এই খেলটো খেলিছে । আজিকালি বিভিন্ন ধৰণৰ ট্ৰেইনিঙত এইবিধ খেল খেলোৱা হয় । খেলবিধৰ নাম কিয় চাইনিজ হুইচপাৰিং বুলি কোৱা…