নিজক ভালদৰে চিনি পাব বিচাৰে নেকি

মানুহ এজন আত্মবিশ্বাসী হৈ থাকিবলৈ, যিকোনো বাধা বা প্ৰত্যাহ্বান সহজে মুখামুখী হ’বলৈ আৰু নিজকে মানসিক ভাৱে সৱল কৰি ৰাখিবলৈ অথবা  নিজৰ সামৰ্থ্য (Strength) আৰু দুৰ্বলতা (Weakness) সমূহ…