ভাড়াঘৰত ভূত দেখিলো
বঙাইগাঁৱৰ ভাড়াঘৰত আছিলো- সেয়া ২০১৭ চনত অক্টোবৰ মাহৰ লক্ষী পূৰ্ণিমাৰ পিছদিনা ৰাতিৰ কথা। নতুন ৰূম সোমোৱা ৩-৪ দিন মান হৈছে, সম্পূৰ্ণ নতুনকৈ বনোৱা হৈছে ৰূমকেইটা, ইয়াৰ আগতে…
বিয়া কাক পাতিব
জন্ম-মৃত্যু-বিবাহ হেনো ভগৱানে ঠিক কৰে। কথাষাৰৰ সত্যতা কিমান সেয়া মই নাজানো, কিন্তু এইটো কথা কব পাৰো- বিয়া কাৰ লগত কেতিয়া ঠিক হৈ আছে সেয়া আগতীয়াকৈ অণুমান কৰিব…
বিয়া কিয় পাতিব লাগে
বিয়া কিয় পাতিব লাগে বুলি কলে বহুজনৰ বহু মত পাম, কাৰোবাৰ বাবে যদি এগৰাকী স্থায়ী জীৱনসংগী পাবৰ বাবে, কাৰোবাৰ বাবে আকৌ বংশৰক্ষাৰ বাবে সামাজিক ভাৱে স্বীকৃত এক…
যোগ্য ভোগ্য বসুন্ধৰা
চাৰ্লছ ডাৰউইনৰ বিখ্যাত বিৱৰ্তনৰ তত্ব ‘Survival of Fittest’ বা যোগ্য ভোগ্য বসুন্ধৰাই যেন যুগে যুগে মান্যতা পাই যাব । সময় আৰু পৰিৱেশ সলনি হ’ব কিন্তু যোগ্যজনেই বসুন্ধৰাত…
যাৰ বন্ধু নাই সি দুৰ্ভগীয়া
শ্ৰী কৃষ্ণ তেতিয়া দ্বাৰকাৰ ৰজা আৰু তেওঁৰ বাল্যবন্ধু গুৰুকুলৰ সহপাঠী সুদামাই তেতিয়া গাঁৱত থাকি এক দৰিদ্ৰ জীৱন যাপন কৰিছে পত্নী আৰু সন্তানৰ সৈতে । সন্দিপনি মুনিৰ গুৰুকুলত…
যৌনতা (Sex) অশ্লীল আৰু অসামাজিক নহয়
যৌনতাৰ কথা যদিওঁ মুকলিকৈ আলোচনা কৰাতো ভুল নহয়, কিন্তু আমি পাহৰি গ’লে নহ’ব আমি যিখন সমাজত বাস কৰো তাৰ কথা। সামাজিক সন্তুলনতাত ব্যাঘাট নজন্মাকৈ সুষ্ঠ যৌনতাৰ কথা…
যৌনতাই (Sex) সৃষ্টিৰ মূল
যৌনতা (Sex), বহুতৰে বাবে হয়তো ই অভিধানে বৰ্খাস্ত কৰা শব্দ। কাৰোবাৰ বাবে ই অসামাজিক বা প্ৰাপ্তবয়স্ক শব্দ আৰু কাৰোবাৰ বাবে ই এক মচলাদাৰ শব্দ। যৌনতা শব্দটো আমি…
কোনটো চাকৰি আপোনাৰ বাবে ভাল
ক) চাকৰি আমি কিয় কৰিছো আৰু চাকৰিৰ পৰা আমি কি সুখ বিচাৰো সেয়া জানি ললে ভাল। সকলোৰে বাবে চাকৰিৰ পছন্দ-অপছন্দ বেলেগ। কাৰোবাৰ বাবে টকা, কাৰোবাৰ বাবে আৰাম,…
চাকৰিৰ ভিতৰৰ কথাবোৰ- সম্পূৰ্ণ ব্যক্তিগত অনুভৱ
এন,আৰ,চি প্ৰজেক্টত ডিষ্ট্ৰিক্ট প্ৰজেক্ট চুপাৰভাইজাৰ হিচাপে যোগদান কৰিলো। অসম আন্দোলন মই দেখা নাছিলো, কিন্তু অসম আন্দোলনৰ কাহিনী ইমান শুনিছো আৰু মোৰ জেঠাই এই আন্দোলনত শ্বহীদ হৈছিল, খুৰা…