জাগৃতি যাত্ৰা- ১৫ দিনীয়া এক ৰেল যাত্ৰা আত্মনিৰ্ভৰ হ’বৰ বাবে
জাগৃতি যাত্ৰা এক ১৫ দিনীয়া ৰেল যাত্ৰা, যাৰ টেগলাইন ‘Building India Through Enterprise’ বা উদ্যমিতাৰ জৰিয়তে ভাৰত নিৰ্মান। মুম্বাইৰ পৰা আৰম্ভ হৈ মুম্বাইতে শেষ হোৱা এই যাত্ৰাই…
ব্যৱসায়ক আমি কেৰিয়াৰ হিচাপে ল’ব নোৱাৰো নেকি
আমি কেৰিয়াৰ সম্পৰ্কীয় কথা যেতিয়া পাতো বা সৰুতে সপোন দেখিবলৈ শিকো আমি সপোন দেখো ভাল এটা চাকৰি কৰাৰ। ডাক্টৰ, ইঞ্জিনীয়াৰ, পাইলট, প্ৰশাসনিক বিষয়া, বেংক বিষয়া, বিজ্ঞানী ইত্যাদি।…
প্ৰেমৰ বিপ্লৱ হ’ব নোৱাৰে নেকি
শিল্প বিপ্লৱ, সেউজ বিপ্লৱ, শ্বেত বিপ্লৱৰ কথা শুনিছো আৰু পঢ়িছো। ঠিক তেনেদৰে যদি প্ৰেমৰ এটা বিপ্লৱ হ’লহেতেন মোৰ বিশ্বাস পৃথিৱীৰ বহু সমস্যাৰ সমাধান হৈ গ’লহেতেন। প্ৰেমে মানুহক…
নিজক ভালদৰে চিনি পাব বিচাৰে নেকি
মানুহ এজন আত্মবিশ্বাসী হৈ থাকিবলৈ, যিকোনো বাধা বা প্ৰত্যাহ্বান সহজে মুখামুখী হ’বলৈ আৰু নিজকে মানসিক ভাৱে সৱল কৰি ৰাখিবলৈ অথবা নিজৰ সামৰ্থ্য (Strength) আৰু দুৰ্বলতা (Weakness) সমূহ…
ভুল কৰিও শিকিব পাৰি
আপোনালোকৰ কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছেনে নাই নাজানো, ভাৱিলে হাঁহিও উঠে, লাজো লাগে তথাপিও লিখিছো- কবলৈ আখেজা আখেজা লগা নিজৰ কিছু অভিজ্ঞতা। প্ৰথম চাকৰিত জইন কৰি এবাৰ আমি…
যুৱৰাজ ৰামচন্দ্ৰ কেনেকৈ ভগৱান ৰামচন্দ্ৰ হ’ল
অযোধ্যাৰ ৰজা দশৰথৰ বৰপুত্ৰ শ্ৰীৰাম যেতিয়া চৈধ্য বছৰৰ বাবে বনবাসলৈ গৈছিল, তেতিয়া তেওঁ যুৱৰাজ ৰামচন্দ্ৰ হৈ গৈছিল আৰু যেতিয়া বনবাস শেষ কৰি অযযোধ্যালৈ উভতি আহিছিল, তেতিয়া সকলোৱে…
ইচ্ছা থাকিলেই নহ’ব, দৃঢ়তাও থাকিব লাগিব
APSC বা অসম লোকসেৱা আয়োগৰ ফলাফল সমূহ ঘোষনা কৰাৰ দিনা, মনলৈ ভাৱ আহে ময়ো অহাবাৰ APSC পৰীক্ষা দিম, ভালকৈ পঢ়ি দিম। এনেকুৱা চিন্তা চাগে মোৰ দৰে বহুতৰে…
বিপদৰ বন্ধুজনে কেনেকৈ মোৰ পৰা পইচা ঘূৰাই বিচাৰিলে
২০০৮ চনৰ নৱেম্বৰ মাহৰ কোনোবা এটা দিন। গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা মালিগাঁৱলৈ আহিবলৈ ছিটিবাছত উঠিছো। যেতিয়া কণ্ডাক্টৰ জনে ভাড়া বিচাৰিলে, তেতিয়া অনুভৱ কৰিলো যে মই মানিবেগ খন আনিব…
সোঁতৰ বিপৰীতে
গাড়ীৰ পৰা চাইকেলত ধৰিছো, এলোপেথিক ঔষধ এৰি হাৰ্বেল ঔষধ খাইছো, ইংৰাজীত নহয় মাতৃভাষাত কথা কৈ গৌৰৱ কৰিছো, ৰাসায়নিক সাৰ বাদ দি জৈৱিক সাৰ প্ৰয়োগ কৰিছো, গাজৰ-বিলাহীত কৈ…
ব্যৰ্থ মানে পৰাজয় হ’ব নোৱাৰে
“ওপৰৰ পৰা যেতিয়া পৰিলো পিছলি বৈ থকা নিজৰাটিলৈ চালো, তাইয়ো দেখোন পাহাৰৰ পৰা পৰিছে সৰি নিজৰ সৌন্দৰ্য্য অটুত ৰাখি ।” সেইজন মানুহহে ওপৰলৈ উঠিব পাৰে, যিয়ে তললৈ…