আমাৰ স্বাস্থ্যৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান হ’ল মানুহৰ লগত আমাৰ সম্পৰ্কবোৰ

আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোত এটা কবিতা পঢ়িছিলো – ‘সুখ নাই সুখ নাই কতো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ….’। মানুহ এজন যদি ৰুগীয়া হয় তেন্তে নিজৰ…