ট্ৰান্স-চাইবেৰিয়ান ৰেলৱে (Trans-Siberian Railway)

ট্ৰান্স-চাইবেৰিয়ান ৰেলৱে (Trans-Siberian Railway): এই ৰেলপথটো ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা চাইবেৰিয়াৰ প্ৰশান্ত মহাসাগৰ তীৰৰ বন্দৰ চহৰ ব্লাডিভস্তক (Vladivostok) চহৰলৈ বিয়পি আছে । ৯২৮৯ কি:মি: দৈৰ্ঘ্যৰ এইটো ৰেলপথ বিশ্বৰ তৃতীয় দীৰ্ঘতম ৰেলপথ হিচাপে পৰিচিত । এই ট্ৰান্স-চাইবেৰিয়ান ৰেলৱে নেটৱৰ্ক ৰাছিয়া চৰকাৰে ১৮৯৩ চনৰ পৰা ১৯১৬ চনৰ ভিতৰত নিৰ্মান কৰি উলিয়াইছিল । বিশ্বৰ দীৰ্ঘতম আৰু দ্বিতীয় দীৰ্ঘতম ৰেলপথছোৱা ৰাছিয়াৰ এই ৰেলৱে নেটৱৰ্ক ট্ৰান্স-চাইবেৰিয়ান ৰেলৱে ব্যৱহাৰ কৰে, সেয়ে বহুতে ট্ৰান্স-চাইবেৰিয়ান ৰেলৱেক বিশ্বৰ দীৰ্ঘতম ৰেলপথ হিচাপেও উল্লেখ কৰে । পিছলৈ এই ৰেলৱে নেটৱৰ্কৰ লগত মস্কোৰ পৰা মংগোলিয়াৰ ৰাজধানী উলানবাটাৰ হৈ চীনৰ বেইজিংৰ লগত ৰেলপথ সংযোগ কৰা হৈছে । এই পথছোৱাক ট্ৰান্স-মংগোলিয়া বুলি জনা যায়, কিন্তু বহুতে এই পথছোৱা ট্ৰান্স-চাইবেৰিয়ান ৰেলৱেৰ লগত সংযোগী বাবে ট্ৰান্স-চাইবেৰিয়ান ৰেলৱেৰ অংশ বুলি কয় ট্ৰান্স-মংগোলিয়া পথছোৱাক । বিশ্বৰ পৰ্য্যতন মানচিত্ৰত এইৰেলপথে পৰ্য্যটকৰ বাবে বিশেষ আকৰ্ষণ হৈ পৰিছে ।

Related Posts

পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।

Leave a Reply

Your email address will not be published. Required fields are marked *