পুহৰ শীততকৈ
জেঠমহীয়া ৰ’দ
ভাল লাগে মোৰ,
বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ,
ফুলে গোলাপৰ ফুল,
দীঘল দিনে এলাহ খেদে,
বাজে জীৱনৰ কল্লোল।
পুহৰ শীততকৈ
জেঠমহীয়া ৰ’দ
ভাল লাগে মোৰ,
বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ,
ফুলে গোলাপৰ ফুল,
দীঘল দিনে এলাহ খেদে,
বাজে জীৱনৰ কল্লোল।