উৰল পৰ্বতমালা:পৃথিৱীৰ বহু পৰ্বতমালাৰ ভিতৰত উৰল পৰ্বতমালাৰ এক অন্য পৰিছয় আছে । ৰাছিয়াৰ পশ্চিম প্ৰান্তত অৱস্থিত এইখন পৰ্বতে ৰাছিয়াক দুভাগত ভগাইছে; এফালে এচিয়া মহাদেশ আৰু আনফালে ইউৰোপ মহাদেশ । ৰাছিয়াখন এনে এখন দেশ যাৰ ভূখণ্ড দুখন মহাদেশত অৱস্থিত । আৰ্কটিক মহাসাগৰৰ উপকূলৰ পৰা উৰল নদীলৈকে বিস্তৃত এই পৰ্বতমালা ।
Related Posts
পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।