লাইন অৱ কণ্ট্ৰোল [The Line of Control (LoC) ]: জম্মু-কাশ্মীৰক দিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তানৰ সেনাৰ নিয়ন্ত্ৰণত থকা ভূখণ্ডৰ মাজেৰে যোৱা সীমান্তৰ সীমা ।লাইন অৱ এক্সুৱেল কণ্ট্ৰোল [The Line of Actual Control (LAC) ]: ভাৰতবৰ্ষৰ লাডাখ, কাশ্মীৰ, উত্তৰাখণ্ড, অৰুণাচল আৰু চিকিমৰ সীমাৰে ভাৰত আৰু চীনক প্ৰকৃতাৰ্থত দুভাগ কৰা সীমান্তৰ ৰেখা বা সীমা ।

Related Posts

পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।

Leave a Reply

Your email address will not be published. Required fields are marked *