লাচিত বৰফুকন স্বৰ্ণপদক (Lachit Borphukan Gold Medal) : অসমৰ বীৰ সেনাপতি লাচিত বৰফুকন আমাৰ গৌৰৱ । তেখেতৰ সন্মানত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমিয়ে (National Defense Academy) ১৯৯৯ চনৰ পৰা প্ৰতিবছৰে শ্ৰেষ্ঠতম হৈ উত্তীৰ্ণ হোৱা কেডেট গৰাকীক পুৰস্কৃত কৰি আহিছে ।
Related Posts
পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।