শিক্ষক দিৱস বুলি কলে আমাৰ ৫ ছেপ্টেম্বৰ তাৰিখৰ কথা মনলৈ আহে । ৫ ছেপ্টেম্বৰ তাৰিখটো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন । সেইদিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে উদযাপিত হয় ।কিন্তু আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিৱস বা বিশ্ব শিক্ষক দিৱস ৫ অক্টোবৰত উদযাপন কৰা হয় আৰু ই ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত । যিয়ে বিশ্বৰ সমগ্র শিক্ষক সম্প্ৰদায়ক এক স্বীকৃতি প্ৰদান কৰিছে ।

Related Posts

পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।

Leave a Reply

Your email address will not be published. Required fields are marked *