নবেল বটা: বিশিষ্ট ৰসায়নবিদ, অভিযন্তা, উদ্যগপতি আলফ্ৰেড নবেলৰ ইচ্ছা অনুসৰি ১৯০১ চনৰ পৰা সাহিত্য, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰি অহা বিশ্বৰ বিশিষ্ট লোকসকলক পুৰস্কৃত কৰা হয় । ই বিশ্বৰ শ্ৰেষ্ঠতম বটা হিচাপে বিবেচিত । ১৮৯৫ চনত স্থাপিত হৈ ১৯০১ চনৰ পৰা আগবঢ়াই অহা এই বটা প্ৰতি বছৰে প্ৰদান কৰা হয় আৰু ১৯৬৯ চনৰ পৰা অৰ্থনীতি বিষয়ো ইয়াত অন্তৰ্ভুক্ত কৰে, কিনতু আলফ্ৰেড নবেলে ১৮৯৫ চনত স্থাপন কৰা বটা সমূহত অৰ্থনীতি বিষয় নাছিল বাবে ইয়াক নবেল বটা বুলি কব নোখোজে, কিনতু আলফ্ৰেড নবেলৰ সোৱৰণত চুইডেনৰ চেণ্ট্ৰেল বেংকৰ অৰ্থ সাহায্যত নবেল ফাউণ্ডেশ্যনে দিয়ে বাবে ইয়াক সাধাৰণ ব্যক্তিৰ বাবে নবেল বটা হিচাপেই বিবেচিত ।

Related Posts

পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।

Leave a Reply

Your email address will not be published. Required fields are marked *