গিনিপিগ (Guinea pig): এক সৰিসৃপ প্ৰজাতিৰ প্ৰজাতিৰ সৰু আকৃতিৰ জন্তু । ইংৰাজী নামটো যদিও Guinea pig কিন্তু ই গাহৰি প্ৰজাতিৰ নহয় আৰু আফ্ৰিকান ৰাষ্ট্ৰ গুয়েনাৰ লগতো কোনো সম্বন্ধ নাই । জীৱবিজ্ঞান, বিশেষকৈ চিকিৎসা বিজ্ঞানৰ গৱেষনাত ইয়াক অধিক ব্যৱহাৰ কৰা হয় । গৱেষনাৰ দ্বাৰা আৱিস্কৃত বহু কেইবিধ ঔষধ/ভেকচিন/বেজি প্ৰথমতে গিনিপিগৰ ওপৰত প্ৰয়োগ কৰা হয় । শতিকাযুৰি গিনিপিগক গৱেষণাৰ আহিলা হিচাপে ব্যৱহৃত কৰি আহিছে । মানুহৰ লগত বহুত জৈৱিক সাদৃশ্য থকা বাবে গিনিপিগ হৈ পৰিছে গৱেষণাৰ আহিলা । এতিয়ালৈকে গিনিপিগৰ ওপৰতে প্ৰথম প্ৰয়োগ কৰি ভিটামিন চি, টিবি ৰ ভেকচিন, এণ্টিবায়’টিক, কিডনিৰ ডায়েলাইচিচ ইত্যাদি আৱিস্কৃত হৈছে

Related Posts

পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।

Leave a Reply

Your email address will not be published. Required fields are marked *