QWERTকি-বোৰ্ড: কম্পিউটাৰৰ কি-বোৰ্ডৰ আখৰ কেইটা, এলফাবেট বা বৰ্ণমালাত (A-Z) থকাৰ দৰে একেটা ক্ৰমত নাথাকে । Q ৰ পৰা আৰম্ভ হৈ QWERT ষ্টাইলত থাকে । ইয়াৰ প্ৰকৃত কাৰণ এতিয়াওঁ জনা নাযায় যদিওঁ বহুতে কয় যে যেতিয়া টাইপ ৰাইটাৰ আছিলে প্ৰথম অৱস্থাত A-Z ক্ৰমতে আছিলে কিন্তু লাগি থকা বা ওচৰা -ওচৰি আখৰ কেইটা সঘনাই টিপিব লগা হোৱা বাবে টাইপ ৰাইটাৰ মেচিনৰ সমস্যাই দেখা দিছিল, সেয়ে ১৮৭০ চনত ক্ৰিষ্টোফাৰ লাথান শ্বোলে QWERT ষ্টাইলত সজাই উলিয়াই বিক্ৰি কৰে । পিছলৈ অৱশ্যেই ইয়াৰ কিছু সালসলনি ঘটোৱা হৈছে ।

Related Posts

পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।

Leave a Reply

Your email address will not be published. Required fields are marked *