বিট-বাইট ইত্যাদি: কম্পিউটাৰত বিট হ’ল আটাইতকৈ সৰু একক । বিট শব্দটো ইংৰাজী Binary Digit ৰ পৰা আহিছে । কম্পিউটাৰে কেৱল শূন্য আৰু এক সংখ্যাটোহে চিনি পাই । এটা বিটত শূন্য অথবা এক যিকোনো এটাহে থকিব পাৰিব । ৮ টা বিট লগহৈ এক বাইট হয় । তেনেদৰে ১০২৪ বাইট মিলি এক কিলোবাইট (KB), ১০২৪ কিলোবাইট মিলি এক মেগাবাইট (MB), ১০২৪ মেগাবাইট মিলি এক গিগাবাইট (GB) আৰু ১০২৪ গিগাবাইট মিলি এক টেৰাবাইট (TB) হয় । যিহেতু বাইনাৰি বা শূন্য আৰু এক দুটা সংখ্যা থাকে, দহটা ২ পূৰন কৰিলে ১০২৪ হয় আৰু তেনেকে একক বোৰ আগবাঢ়ি গৈ থাকে ।
Related Posts
পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।