ভাৰতবৰ্ষত নদীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰে । যাতায়ত, বিদ্যুত উৎপাদন অaৰু জীৱিকাৰ বাবে বহুতে নদীৰ ওপৰত নিৰ্ভৰশীল । ভাৰতবৰ্ষত ৭ টা প্ৰধান নদী আৰু বহু উপনদী বা সুতি আছে । এই প্ৰধান নদী সমূহৰ মূলত ৪ টা উৎপত্তিস্থল, ক্ৰমে – ক) আৰাৱলী পৰ্বত, খ) হিমালয় আৰু কাৰাকোৰাম পৰ্বতমালা গ) পশ্চিম ঘাট পৰ্বতমালা আৰু ঘ) বিন্ধ্য আৰু সাতপূৰা পৰ্বতমালা ।
Related Posts
পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।